অসমীয়া সাধাৰণ জ্ঞান – অসমীয়া সাধাৰণ জ্ঞান

অসমীয়া সাধাৰণ জ্ঞান – অসমীয়া সাধাৰণ জ্ঞান

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই অসমীয়া সাধাৰণ জ্ঞান ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

অসমীয়া সাধাৰণ জ্ঞান অসমীয়া সাধাৰণ জ্ঞান

প্ৰশ্ন ১। পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি তেওঁৰ নিজেই নতুনকৈ বনুৱা দলটোৰ নাম কি?

উত্তৰ:- পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰি তেওঁৰ নিজেই নতুনকৈ বনুৱা দলটোৰ নাম হ’ল লোক কংগ্ৰেছ পাৰ্টি।

প্ৰশ্ন ২। শেহতীয়াকৈ ৮২ বছৰ বয়সত মৃত্যু হোৱা পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰীজনৰ তেওঁৰ নাম কি আছিল?

অসমীয়া সাধাৰণ জ্ঞান

উত্তৰ:- শেহতীয়াকৈ ৮২ বছৰ বয়সত মৃত্যু হোৱা পশ্চিম বংগৰ প্ৰাক্তন মন্ত্ৰীজনৰ তেওঁৰ নাম হ’ল ৰবিৰঞ্জন চট্টোপাধ্যায়।

প্ৰশ্ন ৩। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাৰ শক্তি বৃদ্ধিৰ বাবে অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ক্ৰয়ৰ বাবে কিমান কোটি টকা অনুমোদন জনাইছে, য’ত হিন্দুস্তান এৰোনটিকেলৰ পৰা ১২ খন ইউটিলিটি হেলিকপ্টাৰ ক্ৰয় কৰা হ’ব?

উত্তৰ:- প্ৰতিৰক্ষা মন্ত্ৰালয়ে সেনাৰ শক্তি বৃদ্ধিৰ বাবে অস্ত্ৰ আৰু প্ৰতিৰক্ষা সঁজুলি ক্ৰয়ৰ বাবে ৭৯.৬৫ কোটি টকা অনুমোদন জনাইছে, য’ত হিন্দুস্তান এৰোনটিকেলৰ পৰা ১২ খন ইউটিলিটি হেলিকপ্টাৰ ক্ৰয় কৰা হ’ব।

প্ৰশ্ন ৪। পেছাদাৰী আৰু আইনী প্ৰত্যাহ্বানৰ বাবে ইয়াহুৱে কোন দেশৰ পৰা ইয়াৰ সেৱা সমূহ সামৰি লৈছে?

উত্তৰ:- পেছাদাৰী আৰু আইনী প্ৰত্যাহ্বানৰ বাবে ইয়াহুৱে চীন দেশৰ পৰা ইয়াৰ সেৱা সমূহ সামৰি লৈছে।

প্ৰশ্ন ৫। প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্পায়ৰ খেলত খেলি থকা ৫৪ কেজিৰ শাখাৰত আকাশ কুমাৰে কোনটো চেম্পিয়নশ্বিপত তেওঁৰ পদক সুৰক্ষিত কৰিছে?

উত্তৰ:- প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্পায়ৰ খেলত খেলি থকা ৫৪ কেজিৰ শাখাৰত আকাশ কুমাৰে এআইবিএ বিশ্ব পুৰুষ বক্সিং চেম্পিয়নশ্বিপ তেওঁৰ পদক সুৰক্ষিত কৰিছে।

অসমীয়া কুইজ ২০২২ – সাধাৰণ জ্ঞানৰ কুইজ ২০২২

প্ৰশ্ন ৬। কোন খন ৰাজ্য চৰকাৰে বৈদ্যুতিক আৰু মটৰ বাহন কৰ আৰু পঞ্জীয়ন মাচুলত সম্পূৰ্ণ ৰেহাই ঘোষণা কৰিছে?

উত্তৰ:- উৰিষ্যা ৰাজ্য চৰকাৰে বৈদ্যুতিক আৰু মটৰ বাহন কৰ আৰু পঞ্জীয়ন মাচুলত সম্পূৰ্ণ ৰেহাই ঘোষণা কৰিছে।

প্ৰশ্ন ৭। কাক ৪ বছৰ ধৰি সন্মানীয় স্মিথচোনিয়ান নেচনেল মিউজিয়াম অফ এছিয়ান আৰ্টৰ বোৰ্ডত ৰখা হৈছে?

উত্তৰ:- ঈশা আম্বানীক ৪ বছৰ ধৰি সন্মানীয় স্মিথচোনিয়ান নেচনেল মিউজিয়াম অফ এছিয়ান আৰ্টৰ বোৰ্ডত ৰখা হৈছে।

প্ৰশ্ন ৮। শেহতীয়াকৈ কোন জন প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰৰ মৃত্যু হৈছে?

উত্তৰ:- শেহতীয়াকৈ প্ৰাক্তন অষ্ট্ৰেলিয়ান অলৰাউণ্ডাৰ এলান ডেভিডচনৰ মৃত্যু হৈছে।

প্ৰশ্ন ৯। কেৰালা সাহিত্য অকাডেমীয়ে প্ৰদান কৰা এজুথাচন বঁটা ২০২১ কাক প্ৰদান কৰা হৈছে?

উত্তৰ:- পি. ভালছালাক কেৰালা সাহিত্য অকাডেমীয়ে প্ৰদান কৰা এজুথাচন বঁটা ২০২১ প্ৰদান কৰা হৈছে।

প্ৰশ্ন ১০। গুজৰাটত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কোনখন আঁচনি আৰম্ভ কৰিছে?

উত্তৰ:- গুজৰাটত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ “দুগ্ধ সমবায় আঁচনি” খন আৰম্ভ কৰিছে।

প্ৰশ্ন ১১। ৫ ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ বাবে আমেৰিকা যুক্তৰাজ্যই কোনটো ভেকছিন অনুমোদিত কৰিছে?

উত্তৰ:- ৫ ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ বাবে আমেৰিকা যুক্তৰাজ্যই ফাইজাৰ নামৰ ভেকছিনটো অনুমোদিত কৰিছে।

Leave a Comment