APSC CURRENT AFFAIRS 2023 IN ASSAMESE LANGUAGE

APSC CURRENT AFFAIRS 2023 IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “AAPSC CURRENT AFFAIRS 2023” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ Assam Police ৰ লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক।

যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

CURRENT AFFAIRS 2023 IN ASSAMESE LANGUAGE 2023 CURRENT AFFAIRS

প্ৰশ্ন ১। শেহতীয়াকৈ বায়ু সেনাৰ যুঁজাৰু পাইলট উইং কামাণ্ডাৰ অভিনন্দনক ৰাষ্ট্ৰপতিয়ে কোনটো বঁটা প্ৰদান কৰিছে?

উত্তৰ:- শেহতীয়াকৈ বায়ু সেনাৰ যুঁজাৰু পাইলট উইং কামাণ্ডাৰ অভিনন্দনক ৰাষ্ট্ৰপতিয়ে বীৰ চক্ৰ বঁটা প্ৰদান কৰিছে।

প্ৰশ্ন ২। ভাৰতৰ প্ৰথম গ্ৰিড সংযোজিত সামূহিক সংৰক্ষণ প্ৰণালীৰ বাবে বিদ্যুৎ বিতৰণ কোম্পানী টাটা পাৱাৰক কোনটো বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- ভাৰতৰ প্ৰথম গ্ৰিড সংযোজিত সামূহিক সংৰক্ষণ প্ৰণালীৰ বাবে বিদ্যুৎ বিতৰণ কোম্পানী টাটা পাৱাৰক “এছিয়ান পাৱাৰ এৱাৰ্ড” বঁটা প্ৰদান কৰা হৈছে।

APSC CURRENT AFFAIRS 2023

প্ৰশ্ন ৩। শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে?

উত্তৰ:- শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ মুনীশ্বৰ নাথ ভাণ্ডাৰীয়ে দায়িত্ব গ্ৰহণ কৰিছে।

প্ৰশ্ন ৪। ৰিজাৰ্ভ বেংকে ইয়াৰ নামত বেংক, বেংকাৰ বা বেঙ্কিং শব্দটো ব্যৱহাৰ কৰাৰ ওপৰত কাক নিষেধাজ্ঞা আৰোপ কৰিছে?

উত্তৰ:- ৰিজাৰ্ভ বেংকে ইয়াৰ নামত বেংক, বেংকাৰ বা বেঙ্কিং শব্দটো ব্যৱহাৰ কৰাৰ ওপৰত সমবায় সমিতিক নিষেধাজ্ঞা আৰোপ কৰিছে।

অসমীয়া কুইজ ২০২১ – অসমীয়া বিশ্ব কুইজ ২০২১

প্ৰশ্ন ৫। ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে SBI য়ে আকলন কৰা অৰ্থনৈতিক বিকাশৰ শতাংশ কিমান?

উত্তৰ:- ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে SBI য়ে আকলন কৰা অৰ্থনৈতিক বিকাশৰ শতাংশ হৈছে ৯.৬ শতাংশ।

APSC CURRENT AFFAIRS 2023

প্ৰশ্ন ৬। কোন দলে তৃতীয়বাৰৰ বাবে চয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ জিকিছে?

উত্তৰ:- তামিলনাডু দলে তৃতীয়বাৰৰ বাবে চয়দ মুস্তাক আলী ট্ৰফীৰ খিতাপ জিকিছে।

প্ৰশ্ন ৭। শেহতীয়াকৈ উগাণ্ডাৰ কোন দৌৰবিদে ৫৭ মিনিট ৩১ ছেকেণ্ডৰ বিশ্ব ৰেকৰ্ডৰ সৈতে লিছবন হাফ মাৰাথন জিকিছে?

উত্তৰ:- শেহতীয়াকৈ উগাণ্ডাৰ দোৰবিধ জেকব কিপলিমোয়ে ৫৭ মিনিট ৩১ ছেকেণ্ডৰ বিশ্ব ৰেকৰ্ডৰ সৈতে লিছবন হাফ মাৰাথন জিকিছে।

প্ৰশ্ন ৮। কোন জন মুৰব্বীক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ফেডাৰেল ৰিজাৰ্ভ বেংকৰ ৪ বছৰৰ বাবে পুনৰ মনোনীত কৰিছে?

উত্তৰ: জেৰোম পাৱেলক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ফেডাৰেল ৰিজাৰ্ভ বেংকৰ ৪ বছৰৰ বাবে পুনৰ মনোনীত কৰিছে।

প্ৰশ্ন ৯। আল ছালভাডৰৰ ৰাষ্ট্ৰপতি নাইব বুকেলে কাক তেওঁৰ দেশৰ অৰ্থনীতিত বিনিয়োগ বৃদ্ধি কৰিবলৈ ঘোষণা কৰিছে?

উত্তৰ:- আল ছালভাডৰৰ ৰাষ্ট্ৰপতি নাইব বুকেলে বিটকইন চিটিক দেশৰ অৰ্থনীতিত বিনিয়োগ বৃদ্ধি কৰিবলৈ ঘোষণা কৰিছে।

APSC CURRENT AFFAIRS 2023

প্ৰশ্ন ১০। শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত কৰোনা টিকাকৰণৰ বাবে কাক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে?

উত্তৰ:- শেহতীয়াকৈ মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যখনত কৰোনা টিকাকৰণৰ বাবে চলমান খানক ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি দিছে।

প্ৰশ্ন ১১। আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ দ্বাৰা কাক ইয়াৰ স্থায়ী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰ দ্বাৰা জিওফ এলাৰ্ডিছক ইয়াৰ স্থায়ী মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

APSC CURRENT AFFAIRS 2023

Leave a Comment