WORLD GK QUIZ IN ASSAMESE 2023 CURRENT AFFAIRS

WORLD GK QUIZ IN ASSAMESE 2023 CURRENT AFFAIRS

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ এই পোষ্টটিত অসমীয়া সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি মুঠ ২০ টা WORLD GK QUIZ IN ASSAMESE 2023” সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ UPSC, APSC, SSC, APDCL, Assam TET পৰীক্ষাসমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ অসমীয়া Mock Test আমাৰ টেলিগ্ৰামৰ গ্ৰুপৰটো সময় মতে হৈ থাকে। যদিহে আপুনি এতিয়ালৈকে আমাৰ টেলিগ্ৰামৰ গ্ৰুপত জৈন হোৱা নাই তেনেহ’লে তলত দিয়া লিংকৰ সহায়ত জৈন হয় ল’ব পাৰে। আমাৰ টেলিগ্ৰাম

IMPORTANT CURRENT AFFAIRS IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। কোন জন বিখ্যাত অভিনেতাক ২০২০ বৰ্ষৰ ৫১ তম দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল?

উত্তৰ:- বিখ্যাত অভিনেতা ৰজনীকান্তক ২০২০ বৰ্ষৰ ৫১ তম দাদাচাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল।

প্ৰশ্ন ২। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি উত্তৰ প্ৰদেশ ভ্ৰমণত কোনটো আঁচনি আৰম্ভ কৰিছিল?

উত্তৰ:- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱাকালি উত্তৰ প্ৰদেশ ভ্ৰমণত “প্ৰধানমন্ত্ৰী স্বস্তি ভাৰত যোজনা” নামৰ আঁচনিখন আৰম্ভ কৰিছিল।

প্ৰশ্ন ৩। ৰাষ্ট্ৰীয় মেচ গ্ৰাৱাৰছ এছ’চিয়েশ্যনে ১ ডিচেম্বৰৰ পৰা এটা জুইশলাই বাকচৰ মূল্য এক টকাৰ পৰা কিমান টকা লৈ বৃদ্ধি কৰিবলৈ ঘোষণা কৰিছে?

উত্তৰ:- ৰাষ্ট্ৰীয় মেচ গ্ৰাৱাৰছ এছ’চিয়েশ্যনে ১ ডিচেম্বৰৰ পৰা এটা জুইশলাই বাকচৰ মূল্য এক টকাৰ পৰা ২ টকা লৈ বৃদ্ধি কৰিবলৈ ঘোষণা কৰিছে।

WORLD GK QUIZ IN ASSAMESE 2023

প্ৰশ্ন ৪। ভাৰতীয়-আমেৰিকান সাংবাদিক চিদানন্দ ৰাজঘাট্টাই এই মাহৰ শেষৰ ফালে আমেৰিকাৰ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ওপৰত মুকলি কৰিব লগীয়া কিতাপখনৰ নাম কি?

উত্তৰ:- ভাৰতীয়-আমেৰিকান সাংবাদিক চিদানন্দ ৰাজঘাট্টাই এই মাহৰ শেষৰ ফালে আমেৰিকাৰ প্ৰথম মহিলা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ ওপৰত মুকলি কৰিব লগীয়া কিতাপখনৰ নাম হৈছে “কমলা হেৰিছ: দ্য ফিনোমেনল ৱমেন“।

প্ৰশ্ন ৫। চৰকাৰ বিৰোধী কৰ্মীসকলক মুক্তি দিয়াৰ আবেদনত তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতকে ধৰি কিমানখন দেশৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰিছে?

উত্তৰ:- চৰকাৰ বিৰোধী কৰ্মীসকলক মুক্তি দিয়াৰ আবেদনত তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতকে ধৰি ১০ খন দেশৰ কূটনীতিবিদসকলক বহিষ্কাৰ কৰিছে।

WORLD GK QUIZ IN ASSAMESE 2023

প্ৰশ্ন ৬। ইথিওপিয়াৰ ২৩ বছৰীয়া লেটচেনবেট গিডে কিমান সময়ৰ ভিতৰত ভেলেন্সিয়া হাফ মাৰাথন সম্পূৰ্ণ কৰি এক নতুন বিশ্ব অভিলেখ গঢ়িছে?

উত্তৰ:- ইথিওপিয়াৰ ২৩ বছৰীয়া লেটচেনবেট গিডে এক ঘণ্টা দুই মিনিট বাহান্ন ছেকেণ্ডৰ ভিতৰত ভেলেন্সিয়া হাফ মাৰাথন সম্পূৰ্ণ কৰি এক নতুন বিশ্ব অভিলেখ গঢ়িছে। এক ঘণ্টা আৰু দুই মিনিট বাহান্ন ছেকেণ্ড।

প্ৰশ্ন ৭। বিশ্ব টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজৰ ফাইনেলত পাকিস্তানে কিমান উইকেট লাভ কৰি খেলখনত বিজয়ী হৈছিল?

উত্তৰ:- বিশ্ব টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজৰ ফাইনেলত পাকিস্তানে দহ উইকেট লাভ কৰি খেলখনত বিজয়ী হৈছিল।

প্ৰশ্ন ৮। ৯৪ তম একাডেমী বঁটাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ফিল্ম ফেডাৰেচন অফ ইণ্ডিয়াই বাচনি কৰা তামিল চলচ্চিত্ৰ খনৰ নাম কি?

উত্তৰ:- ৯৪ তম একাডেমী বঁটাত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ফিল্ম ফেডাৰেচন অফ ইণ্ডিয়াই বাচনি কৰা তামিল চলচ্চিত্ৰ খনৰ নাম হৈছে “কুজঙ্গল“।

WORLD GK QUIZ IN ASSAMESE 2023

প্ৰশ্ন ৯। পাৰাম্বিকুলাম ব্যাঘ্ৰ সংৰক্ষণ ফাউণ্ডেচন (Parambikulam Tiger Conservation Foundation) ক ২০২১ চনৰ কোনটো বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- পাৰাম্বিকুলাম ব্যাঘ্ৰ সংৰক্ষণ ফাউণ্ডেচন (Parambikulam Tiger Conservation Foundation) ক ২০২১ চনৰ “আৰ্থ হিৰোজ এৱাৰ্ডচ” নামৰ বঁটাটো প্ৰদান কৰা হৈছে।

প্ৰশ্ন ১০। জেনেৰিক ঔষধৰ ওপৰত ৰেহাইৰ বাবে ছত্তীশগড় ৰাজ্য চৰকাৰে কোনটো আঁচনি আৰম্ভ কৰিছে?

উত্তৰ:- জেনেৰিক ঔষধৰ ওপৰত ৰেহাইৰ বাবে ছত্তীশগড় ৰাজ্য চৰকাৰে “শ্ৰী ধনৱন্তৰী জেনেৰিক মেডিকেল ষ্ট’ৰ আঁচনি” খন আৰম্ভ কৰিছে।

WORLD GK QUIZ IN ASSAMESE 2023

Leave a Comment