NAME OF THE HILLS OF ASSAM IN ASSAMESE /অসমৰ পাহাৰৰ নাম
ৰ এই তথ্যৰাজিত “অসমৰ পাহাৰৰ নাম / Name of the Hills of Assam in Assamese “ ৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে। আশা কৰোঁ আমাৰ আজিৰ এই অসমৰ পাহাৰসমূহ নাম ৰ তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।
ক্ৰমিক নং | অসমৰ পাহাৰৰ নাম |
---|---|
১ | আগিয়াঠুৰি |
২ | উদৰী |
৩ | ঔগুৰি |
৪ | কন্দলি |
৫ | কলিয়ানী |
৬ | কাৱৈমাৰী |
৭ | কুঁজি |
৮ | গৰুৱাচল |
৯ | গিৰিকোপ |
১০ | চৰাইদেউ |
১১ | চান্দৰদিঙা |
১২ | চামধৰা |
১৩ | চিত্ৰাচল |
১৪ | চিলাটিং |
১৫ | ঝাপিৰবন্ধ |
১৬ | টিকক |
১৭ | টুক্ৰশ্বৰী |
১৮ | টোকোৰাবন্ধা |
১৯ | ঢোলপাৰা |
২০ | দামচৰা |
২১ | দীৰ্ঘেশ্বৰী |
২২ | ধেনুখনা |
২৩ | নগৰবেৰা |
২৪ | নাককাটি |
২৫ | নামচাং |
২৬ | নিমাখা |
২৭ | পঞ্চৰত্ন |
২৮ | পাগলাটেক |
২৯ | বকুৱাবাৰী |
৩০ | বৰগোলাই |
৩১ | বৰাইল |
৩২ | বাঘবৰ |
৩৩ | বামুণী |
৩৪ | বুঢ়া পাহাৰ |
৩৫ | ভূমেশ্বৰ |
৩৬ | ভূৱন |
৩৭ | ভৈৰৱচূড়া |
৩৮ | ভৈৰৱী |
৩৯ | ভোমোৰাগুৰি |
৪০ | মণিকৰ্ণেশ্বৰ |
৪১ | মহাদেৱ |
৪২ | মায়ং |
৪৩ | যোগীঘোপা |
৪৪ | ৰংখং |
৪৫ | ৰামচা |
৪৬ | ৰাক্ষসিনী |
৪৭ | ৰেংমা |
৪৮ | শগুণবাৰী |
৪৯ | শালমা |
৫০ | শিঙৰী |
৫১ | শ্ৰীসূৰ্য |
৫২ | ভৈৰবী |
৫৩ | সন্ধ্যাচল |
৫৪ | সিংহাসন |
৫৫ | সোণচূড়া |
৫৬ | ভৈৰৱচূড়া |
৫৭ | হাতীমূৰা |
৫৮ | হিলৈখুন্দা |
৫৯ | হুলুকান্দা |