NAME OF THE HILLS OF ASSAM IN ASSAMESE /অসমৰ পাহাৰৰ নাম

NAME OF THE HILLS OF ASSAM IN ASSAMESE /অসমৰ পাহাৰৰ নাম

ৰ এই তথ্যৰাজিত “অসমৰ পাহাৰৰ নাম / Name of the Hills of Assam in Assamese “ ৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লোৱা হৈছে। আশা কৰোঁ আমাৰ আজিৰ এই অসমৰ পাহাৰসমূহ নাম ৰ তথ্যৰাজিৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

অসমীয়া সাধাৰণ জ্ঞান 2023

ক্ৰমিক নং অসমৰ পাহাৰৰ নাম
আগিয়াঠুৰি
উদৰী
ঔগুৰি
কন্দলি
কলিয়ানী
কাৱৈমাৰী
কুঁজি
গৰুৱাচল
গিৰিকোপ
১০ চৰাইদেউ
১১ চান্দৰদিঙা
১২ চামধৰা
১৩ চিত্ৰাচল
১৪ চিলাটিং
১৫ ঝাপিৰবন্ধ
১৬ টিকক
১৭ টুক্ৰশ্বৰী
১৮ টোকোৰাবন্ধা
১৯ ঢোলপাৰা
২০ দামচৰা
২১ দীৰ্ঘেশ্বৰী
২২ ধেনুখনা
২৩ নগৰবেৰা
২৪ নাককাটি
২৫ নামচাং
২৬ নিমাখা
২৭ পঞ্চৰত্ন
২৮ পাগলাটেক
২৯ বকুৱাবাৰী
৩০ বৰগোলাই
৩১ বৰাইল
৩২ বাঘবৰ
৩৩ বামুণী
৩৪ বুঢ়া পাহাৰ
৩৫ ভূমেশ্বৰ
৩৬ ভূৱন
৩৭ ভৈৰৱচূড়া
৩৮ ভৈৰৱী
৩৯ ভোমোৰাগুৰি
৪০ মণিকৰ্ণেশ্বৰ
৪১ মহাদেৱ
৪২ মায়ং
৪৩ যোগীঘোপা
৪৪ ৰংখং
৪৫ ৰামচা
৪৬ ৰাক্ষসিনী
৪৭ ৰেংমা
৪৮ শগুণবাৰী
৪৯ শালমা
৫০ শিঙৰী
৫১ শ্ৰীসূৰ্য
৫২ ভৈৰবী
৫৩ সন্ধ্যাচল
৫৪ সিংহাসন
৫৫ সোণচূড়া
৫৬ ভৈৰৱচূড়া
৫৭ হাতীমূৰা
৫৮ হিলৈখুন্দা
৫৯ হুলুকান্দা

Leave a Comment