WORLD GK 2023 IN ASSAMESE LANGUAGE – বিশ্বৰ সাধাৰণ জ্ঞান

WORLD GK 2023 IN ASSAMESE LANGUAGE – বিশ্বৰ সাধাৰণ জ্ঞান

প্ৰশ্ন ১। ইন্দিৰা গান্ধী মেম’ৰিয়েল টিউলিপ গাৰ্ডেন ক’ত অৱস্থিত?
উত্তৰ:- শ্ৰীনগৰ (জম্মু আৰু কাশ্মীৰ)।

প্ৰশ্ন ২। প্ৰতি বছৰে “বিশ্ব পৰিৱেশ দিৱস” কেতিয়া পালন কৰা হয়?
উত্তৰ:- ৫ জুনত।

প্ৰশ্ন: ৩। পি এছ এল ভি (PSLV) ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (Polar Satellite Launch Vehicle)।

প্ৰশ্ন ৪। পৃথিৱীৰ আটাইতকৈ ওখ গছজোপাৰ নাম কি?
উত্তৰ:- ৰেডউড।

WORLD GK 2023 IN ASSAMESE

প্ৰশ্ন ৫। “প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা”ৰ কাৰ্যকাল কেতিয়া নেকি?
উত্তৰ:- ১৯৫১ ৰ পৰা ১৯৫৬।

প্ৰশ্ন ৬। ভাৰতত কেতিয়া বিমুদ্ৰাকৰণ হৈছিল?
উত্তৰ:- ২০১৬ চনত।

প্ৰশ্ন ৭। কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে?
উত্তৰ:- K ভিটামিন।

প্ৰশ্ন ৮। ১৯২৯ চনৰ কংগ্ৰেছৰ লাহোৰ অধিৱেশনত কি ঘটিছিল?
উত্তৰ:- পূৰ্ণ স্বৰাজে দাবী কৰিছিল।

প্ৰশ্ন ৯। “দ্য হোৱাইট টাইগাৰ” (The White Tiger) নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰ:- অৰবিন্দ আদিগা।

প্ৰশ্ন ১০। “বিশ্ব স্বাস্থ্য সংস্থা (WHO)” ক’ত অৱস্থিত?
উত্তৰ:- জেনেভা (চুইজাৰলেণ্ড)।

প্ৰশ্ন ১১। BRAC ৰ পুৰণি নাম কি? World Assamese GK 2021
উত্তৰ- টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান।

প্ৰশ্ন ১২। কোনটো আইটি কোম্পানীয়ে কম্পিউটাৰ উৎপাদন বন্ধ কৰিছে?
উত্তৰ:- আই বি এম (IBM)।

ASSAMESE CURRENT AFFAIRS 2023

প্ৰশ্ন ১৩। কিহৰ বাবে মৰুভূমিত পানীৰ দৰে বালিবোৰ জিলিকি থকা দেখা যায়?
উত্তৰ:- মৰীচিকাৰ বাবে।

WORLD GK 2023 IN ASSAMESE

প্ৰশ্ন ১৪। কোন বয়সৰ শিশুৰ বাবে বিনামূলীয়া শিক্ষা বাধ্যতামূলক?
উত্তৰ:- ৬ ৰ পৰা ১৪ বছৰ।

প্ৰশ্ন ১৫। ২০২০ ৰ T-20 ক্ৰিকেটত কোনখন দেশ জয়ী হৈছিল?
উত্তৰ:- ইংলেণ্ড।

প্ৰশ্ন ১৬। “ফৰট্ৰান (FORTRAN)” ৰ সম্পূৰ্ণ নাম কি?
উত্তৰ:- সূত্ৰ অনুবাদ।

প্ৰশ্ন ১৭। কংগ্ৰেছৰ কোন অধিৱেশনত প্ৰথম “ৰাষ্ট্ৰীয় সংগীত” গোৱা হৈছিল?
উত্তৰ:- কলকাতা অধিৱেশনত।

প্ৰশ্ন ১৮। এম এছ ৱৰ্ড (MS Word) ত “F 7 Key” কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰ:- বানান আৰু ব্যাকৰণ প্ৰমাণ পৰীক্ষা কৰিবলৈ।

প্ৰশ্ন ১৯। “কফি আৰু চাহ” কেনে ধৰণৰ খেতি হয়?
উত্তৰ:- নগদ শস্য।

প্ৰশ্ন ২০। “এডিছ মহ”ৰ কামোৰৰ ফলত কোনটো ৰোগ হয়?
উত্তৰ:- ডেংগু।

WORLD GK 2023 IN ASSAMESE

প্ৰশ্ন ২১। ভাৰতৰ কোনটো প্ৰতিষ্ঠানে “বীমা” নিয়ন্ত্ৰণ কৰে?
উত্তৰ। আই আৰ ডি এ (IRDA)।

প্ৰশ্ন ২২। “ভাটিয়ালী লোকগীত” কোন ৰাজ্যৰ সৈতে সমন্ধ?
উত্তৰ:- পশ্চিম বংগ।

প্ৰশ্ন ২৩। মেগনেছিয়ামৰ ৰাসায়নিক প্ৰতীক কি?
উত্তৰ:- Mg।

প্ৰশ্ন ২৪। গোৱা মুক্তি দিৱস কেতিয়া উদযাপন কৰা হয়?
উত্তৰ:- ১৯ ডিচেম্বৰত।

প্ৰশ্ন ২৫। কোনে হায়দৰাবাদ চহৰ স্থাপন কৰিছিল?
উত্তৰ:- মহম্মদ কুলি কুতুব শ্বাহ।

Leave a Comment