ASSAM POLICE MOCK TEST TET MOCK TEST IN ASSAMESE LANGUAGE

ASSAM POLICE MOCK TEST TET MOCK TEST IN ASSAMESE LANGUAGE

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ “Assam Police Mock Test” ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে।

ASSAM POLICE AB UB MOCK TEST ASSAMESE 2023

#1. কাক বধ কৰি নৰকাসুৰ ৰজা হৈছিল?

#2. ৰণভূমিত প্রাণ হেৰুৱা দিল্লীৰ একমাত্ৰ চুলতানজনৰ নাম কি?

#3. ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি?

#4. কোচ ৰাজ্যৰ প্ৰথম ৰজা কোন?

#5. “RTGS” ৰ সম্পূৰ্ণ নাম কি?

#6. “অসম সৰ্বশিক্ষা অভিযান মিচন” কোন চনত গঠন হৈছিল?

#7. ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰাইছিল?

#8. ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে __ ।

#9. তলৰ কোনখন ৰাজ্যত ইউৰেনিয়ামৰ খনি আছে?

#10. কোচ ৰাজ্যৰ প্ৰতিষ্ঠাক কোন আছিল?

#11. কোচৰাজ্যত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হৈছিল?

#12. “নামদফা ৰাষ্ট্ৰীয় উদ্যান” ক’ত অৱস্থিত?

#13. তলৰ কোনখন পৰিকলিপ চহৰ নহয়?

#14. মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান পোৱা প্ৰথমজন ব্যক্তি কোন আছিল?

#15. অৰণ্য ধ্বংসৰ পৰিণতি হৈছে _ ।

#16. ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয় শাসিত অঞ্চল কি?

#17. মিজোৰামৰ উচ্চতম পর্বতটো নাম কি?

#18. ১৯০৪ চনত ভাৰতৰ ক’ত চিমেণ্ট কাৰখানা স্থাপন কৰা হৈছিল?

#19. ভাৰতৰ কোনখন ৰাজ্যত উপকুলৰেখ বেছি?

#20. NEFT ৰ সম্পূৰ্ণ নাম কি?

Leave a Comment