INDIAN POLITICAL QUIZ IN ASSAMESE LANGUAGE – ভাৰতৰ ৰাজনীতি কুইজ

INDIAN POLITICAL QUIZ IN ASSAMESE LANGUAGE – ভাৰতৰ ৰাজনীতি কুইজ

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। INDIAN POLITICAL QUIZ IN ASSAMESE আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

ভাৰতৰ উচ্চতম ন্যায়ালয় ক’ত অৱস্হিত?

 
 
 
 

ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন আছিল?

 
 
 
 

অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম ন্যায়াধীশ কোন আছিল?

 
 
 
 

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন আছিল?

 
 
 
 

গুৱাহাটী পৌৰ নিগম কেতিয়া স্হাপন কৰা হৈছিল?

 
 
 
 

বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক কোনে নিযুক্তি দিয়ে?

 
 
 
 

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি নাম কি?

 
 
 
 

প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল?

 
 
 
 

গুৱাহাটী হাইকোৰ্ট কিমান চনত স্হাপন কৰা হৈছিল?

 
 
 
 

১৯৩০ চনত লণ্ডনত অনুষ্ঠিত হোৱা ‘ঘূৰণীয়া মেজমেল’ত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন আছিল?

 
 
 
 

ভাৰতৰ সংবিধানখনৰ মুঠ অনুসূচীৰ সংখ্যা কিমান?

 
 
 
 

ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল?

 
 
 
 
INDIAN POLITICAL QUIZ IN ASSAMESE

অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল?

 
 
 
 

স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকী কোন আছিল?

 
 
 
 
 
 
 
 

অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?

 
 
 
 

অসমৰ বিধান সভাৰ মুঠ আসনৰ সংখ্যা কিমান?

 
 
 
 

বিধান সভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে?

 
 
 
 
INDIAN POLITICAL QUIZ IN ASSAMESE

এজন ৰাজ্যপাল হ’বলৈ নিম্নতম বয়স কিমান হ’ব লাগে?

 
 
 
 

ৰাজ্যপালৰ কাৰ্য্যালয় কিমান বছৰ?

 
 
 
 

Leave a Comment