GK IN ASSAMESE LANGUAGE 2023 / সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023

GK IN ASSAMESE LANGUAGE 2023 / সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023

অসমীয়া সাধাৰণ জ্ঞান / সাধাৰণ জ্ঞান / নতুন কুইজ / GK in Assamese language / Today GK in Assamese language / GK IN ASSAMESE LANGUAGE 2023

SSC GD CURRENT AFFAIRS 2023 ASSAM POLICE CURRENT AFFAIRS 2023

উত্তৰ:- বিশ্ব ড’পিং প্ৰতিৰোধী সংস্থা (World Anti-Doping Agency) ৰ মতে ড’পিং-বিৰোধী নিয়ম উলংঘা কৰি শীৰ্ষ তিনিস্থানত ৰাছিয়াক প্ৰথম, ইটালীক দ্বিতীয় আৰু ভাৰতক তৃতীয় স্থানত ৰখা হৈছে।

প্ৰশ্ন ২। তাচখন্দত জ্যেষ্ঠ পৰ্যায়ত কমনৱেলথ চেম্পিয়নশ্বিপত কোনগৰাকী ভাৰতীয় ভাৰোত্তোলকে সোণৰ পদক জিকিছে? 

উত্তৰ:- তাচখন্দত জ্যেষ্ঠ পৰ্যায়ত কমনৱেলথ চেম্পিয়নশ্বিপত ভাৰতীয় ভাৰোত্তোলক পূৰ্ণিমাই সোণৰ পদক জিকিছে।

প্ৰশ্ন ৩। কোনটো ব্যক্তিগত খণ্ডৰ বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকে এজেন্সি বেংকেৰ মৰ্যাদা দিছে?

উত্তৰ:- চি.এছ.বি. (CSB) ব্যক্তিগত খণ্ডৰ বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংকে এজেন্সি বেংকেৰ মৰ্যাদা দিছে।

প্ৰশ্ন ৪। ভাৰতীয় বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই দুদিনীয়া ভ্ৰমণসূচীৰে কোনখন দেশ ভ্ৰমণ কৰিছে?

উত্তৰ:- ভাৰতীয় বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই দুদিনীয়া ভ্ৰমণসূচীৰে ম্যানমাৰ দেশ ভ্ৰমণ কৰিছে।

GK IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন ৫। তিব্বতীয় সমস্যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা কোন ভাৰতবংশীক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- তিব্বতীয় সমস্যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা ভাৰতবংশী উজৰা জয়াক আমেৰিকা যুক্তৰাষ্ট্ৰৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হৈছে।

প্ৰশ্ন ৬। ২২ ডিচেম্বৰত সমগ্ৰ দেশতে কি দিৱস হিচাপে পালন কৰে?

উত্তৰ:- ২২ ডিচেম্বৰত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰে।

প্ৰশ্ন ৭। ইস্পাত মন্ত্ৰালয়ৰ অধীনৰ কোনটো বিভাগক ২০২১ ৰ সোণালী ময়ূৰ পৰিৱেশ ব্যৱস্থাপনা বঁটা প্ৰদান কৰা হৈছে?

উত্তৰ:- ইস্পাত মন্ত্ৰালয়ৰ অধীনৰ ষ্টীল অথৰিটি অফ ইণ্ডিয়া লিমিটেড বিভাগক ২০২১ ৰ সোণালী ময়ূৰ পৰিৱেশ ব্যৱস্থাপনা বঁটা প্ৰদান কৰা হৈছে।

প্ৰশ্ন ৮। ভাৰতৰ কোন খন ৰাজ্যত তিনিখন নতুন জিলা ঘোষণা কৰা হৈছে?

উত্তৰ:- ভাৰতৰ নাগালেণ্ড ৰাজ্যত তিনিখন নতুন জিলা ঘোষণা কৰা হৈছে।

GK IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন ৯। শেহতীয়াকৈ দেশৰ শীৰ্ষ কিউ খেলুৱৈ পংকজ আদৱানীয়ে ১১ তম বাৰৰ বাবে কোন খিতাপ জিকিছে?

উত্তৰ:- শেহতীয়াকৈ দেশৰ শীৰ্ষ কিউ খেলুৱৈ পংকজ আদৱানীয়ে ১১ তম বাৰৰ বাবে ৰাষ্ট্ৰীয় বিলিয়ৰ্ডৰ শিৰোনাম খিতাপ জিকিছে।

প্ৰশ্ন ১০। শেহতীয়াকৈ মৃত্যু হোৱা বাঙালী ভাষাৰ কবি আৰু লেখকগৰাকীৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ মৃত্যু হোৱা বাঙালী ভাষাৰ কবি আৰু লেখকগৰাকীৰ নাম সৰত কুমাৰ মুখাৰ্জী আছিল।

Leave a Comment