CURRENT AFFAIRS IN ASSAMESE LANGUAGE – 9 OCTOBER 2021

CURRENT AFFAIRS IN ASSAMESE LANGUAGE – 9 OCTOBER 2021

নমস্কাৰ বন্ধু-বান্ধৱীসকল। আমাৰ CURRENT AFFAIRS IN ASSAMESE ৰ ৱেৱছাইটৰ লৈ আপোনালোকক পুনৰ বাৰ স্বাৰ্গতম জনাইছোঁ। আজিৰ এই পোষ্টটোত আমি আমাৰ Assamese GK Team ৰ দ্বাৰা প্ৰকাশিত Assamese Current Affairs (09 October, 2021) সমূহ আপোনালোকৰ বাবে আগবঢ়ালোঁ। এইবোৰ আগন্তুক SSC Exam, APSC, UPSC, Assam Police, Bank, Railway, PO ইত্যাদি পৰীক্ষা সমূহৰ বাবে সহায়ক হ’ব। এনেধৰণৰ কুইজ তথা প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ CURRENT AFFAIRS IN ASSAMESE সম্পূৰ্ণ অসমীয়া ভাষাত নিতৌ পাই থাকিবলৈ আমাৰ ফেচবুক আৰু টেলিগ্ৰামত যোগদান কৰিব পাৰে। লিংক কুইজ সমূহৰ শেষৰ ফালে দি দিয়া হৈছে। আমাৰ এই কুইজ তথা প্ৰশ্নোত্তৰসমূহ পৰা আপুনি যদি উপকৃত হৈছোঁ বুলি ভাবে, তেনেহ’লে কুইজসমূহ আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত ভাগ-বতৰা কৰিবলৈ নাপাহৰিব।

ভাৰত চৰকাৰৰ হৈ G-20 সংস্কৃতি মন্ত্ৰীৰ বৈঠকত কোনে অংশগ্ৰহণ কৰিছিল?

 
 
 
 

ছাংহাই সহযোগিতা সংস্থাৰ ন্যায় মন্ত্ৰীসকলৰ অষ্টম বৈঠকত ভাৰতৰ কোন মন্ত্ৰী উপস্থিত আছিল?

 
 
 
 

ASEAN ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

 
 
 
 

২০২১ চনৰ বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বহনক্ষম উন্নয়ন প্ৰভাৱ সন্মিলন ক’ত অনুষ্ঠিত হৈছিল?

 
 
 
 

কোনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত মুকলি বিতৰ্কৰ অধ্যক্ষতা কৰিছিল?

 
 
 
 

কোনখন দেশত মহিলা সশক্তিকৰণৰ ওপৰত প্ৰথমবাৰৰ বাবে G-20 মন্ত্ৰী সন্মিলন অনুষ্ঠিত হৈছিল?

 
 
 
 

তলৰ কোনখন দেশ IBSA ত অন্তৰ্ভুক্ত নহয়?

 
 
 
 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওমিয়াম ইণ্টাৰনেচনেলে কোন খন ৰাজ্যত ভাৰতৰ প্ৰথম সেউজীয়া হাইড্ৰজেন ইলেক্ট্ৰলাইজাৰ নিৰ্মাণ গোট আৰম্ভ কৰিছে?

 
 
 
 

কোন মাহৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাপতিত্ব গ্ৰহণ কৰিবলৈ ভাৰতে ফ্ৰান্সৰ পৰা দায়িত্ব গ্ৰহণ কৰিছিল?

 
 
 
 

নৰেন্দ্ৰ সিং তোমাৰে ছাংহাই সহযোগিতা সংস্থাৰ সদস্য দেশসমূহৰ কৃষি মন্ত্ৰীসকলৰ কোনখন দেশত অনুষ্ঠিত হোৱা ষষ্ঠ বৈঠকত ভাষণ প্ৰদান কৰিছিল?

 
 
 
 

Leave a Comment