ASSAM POLICE MOCK TEST IN ASSAMESE (PART-1)

ASSAM POLICE MOCK TEST IN ASSAMESE (PART-1)

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ ASSAM POLICE MOCK TEST IN ASSAMESE এই পোষ্টটোত দেশসমূহৰ ৰাজধানী নামৰ ওপৰত ভিত্তি কৰি Assam Police Mock Test ৰ বাবে মুঠ ২০ টা গুৰুত্বপূৰ্ণ অসমীয়া মৰ্কটেষ্ট আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰোঁ আমাৰ এই অসমীয়া কুইজ কেইটা আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনেকৈ APSC, UPCS, SSC, APDCL, TET আদিৰ বাবে সহায়ক হ’ব। লগতে আপুনি প্ৰতিদিনে Free Online Assamese Mock Test দিবলৈ আমাৰ টেলিগ্ৰাম গ্ৰুপত Join হৈ ল’ব পাৰে। লিংক বাবে

#1. চুইজাৰলেণ্ড (Switzerland) ৰ ৰাজধানী কি?

#2. য়েমেন (Yemen) ৰ ৰাজধানী কি?

#3. মৰক্কো (Morocco) ৰ ৰাজধানী কি?

#4. উজবেকিস্তান (Uzbekistan) ৰ ৰাজধানী কি?

#5. এঙ্গোলা (Angola) ৰ ৰাজধানী কি?

#6. তুৰ্কমেনিস্তান (Turkmenistan) ৰ ৰাজধানী কি?

ASSAM POLICE MOCK TEST IN ASSAMESE (PART-1)

#7. কিউবা (Cuba) ৰ ৰাজধানী কি?

#8. আজাৰবাইজান (Azerbaijan) ৰ ৰাজধানী কি?

#9. কাজাখস্তান (Kazakhstan) ৰ ৰাজধানী কি?

#10. চিৰিয়া (Syria) ৰ ৰাজধানী কি?

#11. দক্ষিণ চুদান (South Sudan) ৰ ৰাজধানী কি?

#12. পেৰু (Peru) ৰ ৰাজধানী কি?

#13. লেবানন (Lebanon) ৰ ৰাজধানী কি?

#14. চিলি (Chile) ৰ ৰাজধানী কি?

#15. ৰোমানিয়া (Romania) ৰ ৰাজধানী কি?

#16. ভূটান (Bhutan) ৰ ৰাজধানী কি?

#17. হাইতি (Haiti) ৰ ৰাজধানী কি?

#18. বুলগেৰিয়া (Bulgaria) ৰ ৰাজধানী কি?

#19. চেচেলছ (Seychelles) ৰ ৰাজধানী কি?

#20. জৰ্জিয়া (Georgia) ৰ ৰাজধানী কি?

Leave a Comment