ASSAMESE GK QUESTION ANSWER IN ASSAMESE – অসমীয়া সাধাৰণ জ্ঞান 2022

ASSAMESE GK QUESTION ANSWER IN ASSAMESE – অসমীয়া সাধাৰণ জ্ঞান 2022

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese GK Question Answer” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে বিশ্ব কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

যদি আপোনালোকে আমাৰ এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সমূহৰ পৰা উপকাৰ পাইছে তথা উপকৃত হৈছে, তেনেহ’লে অনুগ্ৰহ কৰি আপোনালোকে আমৰ Assamesegk.com ৰ বিষয়ে বন্ধু-বান্ধবী তথা পঢ়ুৱৈ সমাজত শ্বেয়াৰ (Share) কৰিব।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

IMPORTANT ASSAM POLICE GK QUIZ IN ASSAMESE LANGUAGE

1➤ কিমান ‌চনত‌ কলকাতাৰ পৰা ব্ৰক্ষ্মপুত্ৰ ই দি ব্ৰক্ষ্মপুত্ৰ সমতললৈ জাহাজ চলাচল আৰম্ভ হয়?

2➤ অসমৰ ভিতৰতে ৰ্দীঘতম ৰে’লপথৰ‌ সুৰংগ ক’ত আছে?

3➤ অসম ভূমি একত্ৰিকৰণ আইন কিমান ‌চনত‌ গ্ৰহণ কৰা হৈছিল?

4➤ ‘BRPL’ ক IOC ৰ লগত একত্ৰিকৰণৰ প্ৰক্ৰিয়া কিমান চনত আৰম্ভ হৈছিল?

5➤ ‘অসম উদ্যোগিক উন্নয়ন নিগম’ (AIDC) কিমান ‌চনত‌ স্থাপন কৰা হৈছিল?

6➤ কলিকতাৰ পৰা ঢাকা হৈ শিলচৰ লৈ প্ৰথম ৰে’ল কেতিয়াৰ পৰা চলিছিল?

7➤ ‘লালা’ বৰাক উপত্যকাৰ কি হয়?

8➤ অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি?

9➤ ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰা পাহাৰ খনৰ নাম কি?

10➤ অসম প্ৰদেশ‌ কেতিয়া গঠন কৰা হৈছিল?

11➤ ব্ৰহ্মপুত্ৰ নৈৰ গতিৰ প্ৰৱণতা কোন দিশে?

12➤ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম বৃহত্তম নদী খনৰ নাম‌ কি?

13➤ ‘পনীয়া সোণৰ দেশ’ বুলি ‌কাক কোৱা হয়?

14➤ ২০০৩ চনত সংবিধানৰ অষ্টম সূচীত তলৰ কোনটো ভাষা সংযোগ কৰা হয়?

15➤ অসমত প্ৰথম খাৰুৱা তেলৰ সন্ধান কেতিয়া পাইছিল?

16➤ তলৰ কোন খন জিলাৰ অকণো অংশ বড়োলেণ্ড স্বায়ত্বশাসিত জিলালৈ যোৱা নাই?

17➤ অসমৰ পশ্চিমফালে থকা দেশ এখনৰ নাম কি?

18➤ অসমৰ জলজ সম্পদৰ প্ৰধান ভাণ্ডাৰ নদী খনৰ নাম কি?

19➤ ৰন্ধন গেছৰ বটলিং প্লেন্ট ক’ত আছে?

20➤ ব্ৰহ্মপুত্ৰ উপত্যকাত ৰে’ল সেৱা কিমান চনত আৰম্ভ হৈছিল?

21➤ অসমৰ ফৰেনছিক লেব’ৰেটৰী‌ ক’ত অৱস্থিত?

22➤ অসমৰ আঞ্চলিক গৱেষণাগাৰ ক’ত অৱস্থিত?

23➤ আৰবী ‌ভাষাৰ‌ প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত অৱস্থিত?

24➤ অসম আয়ুৰ্বেদিক মহাবিদ্যালয় ক’ত আছে?

25➤ প্ৰথম ভাৰতত পৰিকল্পনা আৰু উন্নয়ন বিভাগ কিমান চনত প্ৰতিষ্ঠা কৰা হয়?

26➤ প্ৰথমে ভাৰতত ‘জাতীয় পৰিকল্পনা সমিতি’ কেতিয়া গঠন কৰা হৈছিল?

27➤ ভাৰতীয় সংবিধানে নিৰ্বাচন আয়োগ গঠনৰ ব্যাখ্যা কিমান নং অনুচ্ছেদত কৰা হৈছে?

28➤ ৰাষ্ট্ৰপতিয়ে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালক নিযুক্তি প্ৰদান কৰে?

29➤ ভাৰতবৰ্ষত কমিউনিষ্ট দল কিমান চনত গঠন কৰা হৈছিল?

30➤ ভাৰতবৰ্ষত কেইখন ৰাজ্যত দ্বিসদনযুক্ত বিধানমণ্ডল আছে?

Leave a Comment