ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE 2023

ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE 2023

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE 2023 ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

ASSAMESE GK – ASSAM GK IN ASSAMESE LANGUAGE

প্ৰশ্ন ১। কোন খন দেশে সাধাৰণ ৰাইজক চামৰাৰ কোট পিন্ধি সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে?

উত্তৰ:- উত্তৰ কোৰিয়া দেশে সাধাৰণ ৰাইজক চামৰাৰ কোট পিন্ধি সামগ্ৰী বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে।

প্ৰশ্ন ২। আন্তৰ্জাতিক আইন প্ৰৱৰ্তন কাৰী সংস্থা ‘ইণ্টাৰপোল’ৰ দ্বাৰা UAE ৰ কোনজন মেজৰ জেনেৰেলক ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?

উত্তৰ:- আন্তৰ্জাতিক আইন প্ৰৱৰ্তন কাৰী সংস্থা ‘ইণ্টাৰপোল’ৰ দ্বাৰা UAE ৰ মেজৰ জেনেৰেল আহমেদ নাছিৰ আল-ৰাইচিক ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন ৩। ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৫ জনীয়া বাছনি সমিতিয়ে টেষ্ট দলৰ ৪৭ তম অধিনায়ক হিচাপে কোনজন দ্বিতীয় দ্ৰুত বলাক নিযুক্তি দিছে?

উত্তৰ:- ক্ৰিকেট অষ্ট্ৰেলিয়াৰ ৫ জনীয়া বাছনি সমিতিয়ে টেষ্ট দলৰ ৪৭ তম অধিনায়ক হিচাপে দ্ৰুত বলা পেট কামিন্স অাৰু উপ-অধিনায়ক হিচাপে ষ্টিভ স্মিথক নিযুক্তি দিছে।

প্ৰশ্ন ৪। মেগডেলনা এণ্ডাৰচন নামৰ দলটো কোনখন দেশৰ এটা ৰাজনীতি দল?

উত্তৰ:- মেগডেলনা এণ্ডাৰচন নামৰ দলটো চুইডেন দেশৰ এটা ৰাজনীতি দল।

প্ৰশ্ন ৫। চিবিআইৰ বিশেষ সঞ্চালক প্ৰবীণ সিনহাই কোন কাৰ্যবাহী সমিতিৰ বাবে এছিয়াৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে?

উত্তৰ:- চিবিআইৰ বিশেষ সঞ্চালক প্ৰবীণ সিনহাই আন্তৰ্জাতিক আইন প্ৰৱৰ্তন কাৰী সংস্থা ‘ইণ্টাৰপোল’ ৰ কাৰ্যবাহী সমিতিৰ বাবে এছিয়াৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে।

ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন ৬। শেহতীয়াকৈ সাহিত্য অকাডেমি বঁটা লাভ কৰা কোন গৰাকী বিখ্যাত অসমীয়া কবিৰ ৬৯ বছৰ বয়সত মৃত্যু হৈছে?

উত্তৰ:- শেহতীয়াকৈ সাহিত্য অকাডেমি বঁটা লাভ কৰা বিখ্যাত অসমীয়া কবি সনান্থ তাঁতীৰ ৬৯ বছৰ বয়সত মৃত্যু হৈছে।

প্ৰশ্ন ৭। শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে অতিৰিক্ত ছুটি ঘোষণা কৰিছে?

উত্তৰ:- শেহতীয়াকৈ অসম ৰাজ্য চৰকাৰে ৬ আৰু ৭ জানুৱাৰীত চৰকাৰী কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ বাবে অতিৰিক্ত ছুটি ঘোষণা কৰিছে।

প্ৰশ্ন ৮। এছিয়ান ডেভেলপমেণ্ট বেংকে কোভিড ভেকছিনৰ বাবে ভাৰতক কিমান কোটি টকা অনুমোদন জনাইছে?

উত্তৰ:- এছিয়ান ডেভেলপমেণ্ট বেংকে কোভিড ভেকছিনৰ বাবে ভাৰতক প্ৰায় ১১,১৮৫ কোটি টকা অনুমোদন জনাইছে।

প্ৰশ্ন ৯। সমগ্ৰ দেশতে আজিৰ দিনটোত অৰ্থাৎ ২৬ নৱেম্বৰত কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- সমগ্ৰ দেশতে আজিৰ দিনটোত অৰ্থাৎ ২৬ নৱেম্বৰত ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয়।

ASSAM CURRENT AFFAIRS IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন ১০। টাইম মেগাজিন অফ ইণ্ডিয়া লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ২০২১ ৰে কাক সন্মানিত কৰা হৈছে?

উত্তৰ:- টাইম মেগাজিন অফ ইণ্ডিয়া লাইফটাইম এচিভমেণ্ট এৱাৰ্ড ২০২১ ৰে ডিচি সিংঘানিয়াক সন্মানিত কৰা হৈছে।

Leave a Comment