অসমৰ ইতিহাস MCQ – ১

অসমৰ ইতিহাস MCQ – ১

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও অসমৰ ইতিহাস এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

HISTORY GK IN ASSAMESE LANGUAGE

মহাত্মা গান্ধী অসমৰলৈ প্ৰথমে কেতিয়া আহিছিল?

 
 
 
 

অসমৰ পুৰণি নাম কি আছিল?

 
 
 
 
অসমৰ ইতিহাস

খামতি সকল পূৰ্বতে __ দেশৰ অধিবাসী আছিল।

 
 
 
 

আহোম সকলৰ তলৰ কোনটো ধৰ্মীয় উৎসৱ নহয়?

 
 
 
 

শৰাইঘাটৰ ৰণত আহোমৰ সেনাপতি কোন আছিল?

 
 
 
 

চুতীয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি আছিল?

 
 
 
 

কোচ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?

 
 
 
 

আহোম সকলৰ শেষ ৰজাজনৰ নাম কি?

 
 
 
 

হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল?

 
 
 
 

কাৰেংঘৰ কোনে সজাইছিল?

 
 
 
 
অসমৰ ইতিহাস

নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল?

 
 
 
 

বৰ্মন ৰাজ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল?

 
 
 
 

প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰজা কোন আছিল?

 
 
 
 

মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল?

 
 
 
 

শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

 
 
 
 

পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল?

 
 
 
 

অসমীয়া ভাষাক কোনে পোন প্ৰথমে সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিছিল?

 
 
 
 

আহোম সকলৰ প্ৰথম ৰাজধানী ক’ত আছিল?

 
 
 
 

মানসকলে প্ৰথম অসম আমন্ত্ৰণ কেতিয়া কৰিছিল?

 
 
 
 

কাৰ ৰাজত্ব কালক অসম বুৰঞ্জীত ‘সোণালী যুগ’ বুলি কোৱা হয়?

 
 
 
 

Leave a Comment