অসমীয়া সাহিত্য কুইজ – অসম সাহিত্য বুৰঞ্জী কুইজ

অসমীয়া সাহিত্য কুইজ – অসম সাহিত্য বুৰঞ্জী কুইজ

অসমীয়া সাহিত্য কুইজ ২০২২ – অসম সাহিত্য কুইজ

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই অসমীয়া সাহিত্য বিষয়ক কুইজ ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই অসমীয়া সাহিত্য সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

অসম সাহিত্য কুইজ – অসম সাহিত্য বুৰঞ্জী কুইজ

প্ৰশ্ন ১। গীত গোবিন্দ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- কবিৰাজ চক্ৰৱৰ্তী।

প্ৰশ্ন ২। ঘোঁৰা নিদান পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- সুকুমাৰ বৰকাথৰ।

প্ৰশ্ন ৩। সীতাহৰণ নাটখনৰ নাট্যকাৰ কোন আছিল?

উত্তৰ:- গোপাল।

প্ৰশ্ন ৪। ভাগৱত কথা পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- ভট্টদেব।

প্ৰশ্ন ৫। ভীম চৰিত্ৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- ৰাম সৰস্বতী।

প্ৰশ্ন ৬। ভক্তি ৰত্নাবলী কোনে ৰচনা কৰিছিল?

উত্তৰ:- মাধৱদেৱ।

প্ৰশ্ন ৭। দশম পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদেৱ।

প্ৰশ্ন ৮। কীৰ্ত্তন কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদেৱ।

প্ৰশ্ন ৯। নামঘোষা কোনে ৰচনা কৰিছিল?

উত্তৰ:- মাধ‍ৱদেৱ।

প্ৰশ্ন ১০। অমৃত মথন কোনে ৰচনা কৰিছিল?

উত্তৰ:- শংকৰদেৱ।

প্ৰশ্ন ১১। গীতি ৰামায়ণ কোনে ৰচনা কৰিছিল?

উত্তৰ:- দুৰ্গাবৰ কায়স্হ।

প্ৰশ্ন ১২। গীতা কথা কোনে ৰচনা কৰিছিল?

উত্তৰ:- ভট্টদেব।

প্ৰশ্ন ১৩। উষা পৰিণয় কোনে ৰচনা কৰিছিল?

উত্তৰ:- পীতাম্বৰ।

প্ৰশ্ন ১৪। পদ্মপুৰাণ কোনে ৰচনা কৰিছিল?

উত্তৰ:- সুকবি নাৰায়ণ।

প্ৰশ্ন ১৫। শ্ৰীহস্ত মুক্তাৱলী কোনে ৰচনা কৰিছিল?

উত্তৰ:- কবিৰাজ চক্ৰৱৰ্তী।

অসমীয়া সাহিত্য বিষয়ক কুইজ / অসমীয়া সাহিত্য কুইজ ২০২২

প্ৰশ্ন ১৬। লীলাৱতী কোনে ৰচনা কৰিছিল?

উত্তৰ:- কবিৰত্ন দ্বিজ।

প্ৰশ্ন ১৭। অসম বুৰঞ্জী কোনে ৰচনা কৰিছিল?

উত্তৰ:- কাশীনাথ তামুলী ফুকন।

প্ৰশ্ন ১৮। চুতীয়া বুৰঞ্জী কোনে ৰচনা কৰিছিল?

উত্তৰ:- কাশীনাথ তামুলী ফুকন।

প্ৰশ্ন ১৭। Grammatical Notes of the Assamese Language ব্যাকৰণখন কোনে লিখিছিল?

উত্তৰ:- ড° নাথান ব্ৰাউন।

প্ৰশ্ন ১৮। হেমকোষ অভিধানখন কোনে লিখিছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা।

প্ৰশ্ন ১৯। কানীয়াৰ কীৰ্তন কোনে ৰচনা কৰিছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা।

প্ৰশ্ন ২০। আদিপাঠ কোনে ৰচনা কৰিছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা।

প্ৰশ্ন ২১। Why to Health পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা।

প্ৰশ্ন ২২। ৰাম নৱমী নাটখন কোনে ৰচনা কৰিছিল?

উত্তৰ:- গুণাভিৰাম বৰুৱা।

প্ৰশ্ন ২৩। আসাম বন্ধু কাকতখন কোনে সম্পদনা কৰিছিল?

উত্তৰ:- গুণাভিৰাম বৰুৱা।

প্ৰশ্ন ২৪। সীতা হৰণ কাব্য কোনে ৰচনা কৰিছিল?

উত্তৰ:- ভোলানাথ দাস।

প্ৰশ্ন ২৫। কবিতা মালা কোনে ৰচনা কৰিছিল?

উত্তৰ:- ভোলানাথ দাস।

প্ৰশ্ন ২৬। অষ্টাবক্ৰৰ আত্মজীৱনী কোনে ৰচনা কৰিছিল?

উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।

প্ৰশ্ন ২৭। চিন্তা তৰংগ কোনে ৰচনা কৰিছিল?

উত্তৰ:- কমলাকান্ত ভট্টাচাৰ্য।

প্ৰশ্ন ২৮। চিন্তা তৰংগিণী কোনে ৰচনা কৰিছিল?

উত্তৰ:- ভোলানাথ দাস।

প্ৰশ্ন ২৯। লীলাকাব্য কোনে ৰচনা কৰিছিল?

উত্তৰ:- পদ্মনাথ গোহাঞি বৰুৱা।

প্ৰশ্ন ৩০। জ্ঞান-মালিনী কোনে ৰচনা কৰিছিল?

উত্তৰ:- মফিজুদ্দিন আহমেদ হাজৰিকা।

লগতে পঢ়ক:- খেল জগতৰ কুইজ ২০২১

Leave a Comment