অসমীয়া সাধাৰণ জ্ঞান 2023

অসমীয়া সাধাৰণ জ্ঞান 2023

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ অসমীয়া সাধাৰণ জ্ঞান 2023 আমাৰ এই অসমীয়া সাধাৰণ জ্ঞান ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ কেইটা পঢ়ি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও অসমীয়া সাধাৰণ জ্ঞান 2023 এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে আপোনাৰ সাধাৰণ জ্ঞানৰ ফলাফল যদি বৃদ্ধি কৰিবলৈ বিচাৰিছে, তেনেহ’লে এদিনত কমেও এবাৰ হ’লেও আপোনাক আমাৰ ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তলত আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকো শ্বেয়াৰ কৰা হৈছে। তাতো নিতৌ কুইজ প্ৰচাৰ কৰি থকা হয়, আগ্ৰহী হ’ল যোগদান কৰিব পাৰে।

অসমীয়া সাধাৰণ জ্ঞান অসমীয়া সাধাৰণ জ্ঞান

প্ৰশ্ন ১। ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কোম্পানীটোৰ নাম কি নামৰ লৈ সলনি কৰিছে?

উত্তৰ:- ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে কোম্পানীটোৰ নাম মেটা নামৰ লৈ সলনি কৰিছে। (প্লেটফৰ্ম – ফেচবুকইনষ্টাগ্ৰামহোৱাটছএপ একে থাকিব)।

প্ৰশ্ন ২। কাক পাৱাৰ ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ নতুন সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছে?

উত্তৰ:- ৰাজীৱ ৰঞ্জন ঝাক পাৱাৰ ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ নতুন সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছে।

প্ৰশ্ন ৩। কিমান বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে?

উত্তৰ:- ৩ বছৰৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে।

অসমীয়া সাধাৰণ জ্ঞান 2023

প্ৰশ্ন ৪। দ্বাদশ শতিকাৰ নটৰাজৰ ১১০ কোটি টকাৰ ব্ৰঞ্জৰ মূৰ্তিসহ আমেৰিকা যুক্তৰাষ্ট্ৰীয়ে ভাৰতলৈ কিমানটা মূল্যৱান সামগ্ৰী ঘূৰাই দিছে?

উত্তৰ:- দ্বাদশ শতিকাৰ নটৰাজৰ ১১০ কোটি টকাৰ ব্ৰঞ্জৰ মূৰ্তিসহ আমেৰিকা যুক্তৰাষ্ট্ৰীয়ে ভাৰতলৈ ২৪৮ টা প্ৰাচীন মূল্যৱান সামগ্ৰী ঘূৰাই দিছে।

প্ৰশ্ন ৫। নেপালৰ সেনা প্ৰধান জেনেৰেল প্ৰভুৰাম শৰ্মাই ভাৰতত কোন সন্মানীয় ডিগ্ৰী পাবলৈ ঘোষণা কৰিছে?

উত্তৰ:- নেপালৰ সেনা প্ৰধান জেনেৰেল প্ৰভুৰাম শৰ্মাই ভাৰতত ভাৰতীয় সেনাৰ জেনেৰেলৰ সন্মানীয় ডিগ্ৰী পাবলৈ ঘোষণা কৰিছে।

ASSAMESE GK 2022 / অসমীয়া সাধাৰণ জ্ঞান ২০২২

প্ৰশ্ন ৬। মানুহৰ বিৰুদ্ধে জালিয়াতি আৰু প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় ৰে’লৱেই কোনটো এপত স্বাক্ষৰ কৰিছে?

উত্তৰ:- মানুহৰ বিৰুদ্ধে জালিয়াতি আৰু প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় ৰে’লৱেই ট্ৰুকলাৰ নামৰ এপটো স্বাক্ষৰ কৰিছে।

প্ৰশ্ন ৭। ইণ্ডিয়া বায়োটেক ভেকছিন কোন খন দেশৰ দ্বাৰা অনুমোদিত হৈছে?

উত্তৰ:- ইণ্ডিয়া বায়োটেক ভেকছিন ওমান দেশৰ দ্বাৰা অনুমোদিত হৈছে।

প্ৰশ্ন ৮। আঘাতপ্ৰাপ্ত খেলুৱৈ ওৱাইদ মেককয়ৰ ঠাইত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে কাক অন্তৰ্ভুক্ত কৰিছে?

উত্তৰ:- আঘাতপ্ৰাপ্ত খেলুৱৈ ওৱাইদ মেককয়ৰ ঠাইত ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলে জেচন হোল্ডাৰক অন্তৰ্ভুক্ত কৰিছে।

প্ৰশ্ন ৯। উত্তৰ প্ৰদেশ চৰকাৰে কাচগঞ্জৰ কোন ঠাইক তীৰ্থস্থান হিচাপে ঘোষণা কৰিছে?

উত্তৰ:- উত্তৰ প্ৰদেশ চৰকাৰে কাচগঞ্জৰ চোৰোনক তীৰ্থস্থান হিচাপে ঘোষণা কৰিছে।

অসমীয়া সাধাৰণ জ্ঞান 2023

প্ৰশ্ন ১০। বিশ্বজুৰি আজিৰ দিনটোত অৰ্থাৎ ২৯ অক্টোবৰ তাৰিখে কি দিৱস হিচাপে পালন কৰা হয়?

উত্তৰ:- বিশ্বজুৰি আজিৰ দিনটোত অৰ্থাৎ ২৯ অক্টোবৰ তাৰিখে বিশ্ব ষ্ট্ৰোক দিৱস হিচাপে পালন কৰা হয়।

প্ৰশ্ন ১১। শেহতীয়াকৈ ৮৮ বছৰ বয়সত মৃত্যু হোৱা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰৰ নাম কি আছিল?

উত্তৰ:- শেহতীয়াকৈ ৮৮ বছৰ বয়সত মৃত্যু হোৱা দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰৰ নাম ৰোহ টাই উ আছিল।

Leave a Comment