অসমীয়া কুইজ 2023 / অসমীয়া GK/ ASSAMESE GK

অসমীয়া কুইজ 2023 / অসমীয়া GK/ ASSAMESE GK

নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে আজিৰ আমাৰ এই অসমীয়া কুইজ 2023 ৰ প্ৰশ্ন আৰু উত্তৰৰ তথ্য ৰাজিৰ পৰা সামান্য হ’লেও উপকৃত হ’ব। বিশেষভাৱে এই প্ৰশ্নোত্তৰবোৰ অসম আৰক্ষী লিখিত পৰীক্ষা, অসমৰ TET পৰীক্ষা, APSC পৰীক্ষা, UPSC পৰীক্ষা, SSC GD পৰীক্ষা আদি সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। অসমীয়া কুইজ 2023 যদি আমাৰ আজিৰ এই সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰৰ অসমীয়া MCQ কেইটা দি আপোনাৰ সঁচাকৈয়ে ভাল লাগে তেন্তে আপুনি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোকসকলেও এই তথ্য ৰাজিৰ পৰা কিবা এটা নজনা কথা জানি উপকৃত হ’ব পাৰে। লগতে প্ৰতিদিনে Assamese Online Mock Test দিবলৈ তলৰ লিংকত ক্লি’ক কৰি আমাক লগ কৰিব পাৰে।

ভাৰতৰ সাধাৰণ জ্ঞানৰ MCQ

#1. তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয় কোন ঠাইত আছে?

#2. কুশল কোঁৱৰক কোনটো কাৰাগাৰত ফাঁচী দিয়া হৈছিল?

#3. বুট্টা বোম্মালু কোন খন ৰাজ্যৰ নৃত্য?

#4. ভাৰতৰ ২৯ তম ৰাজ্যখন নাম কি?

#5. তলৰ কোনবিধ খাৰিফ শস্য নহয়?

#6. মীৰাবায়ে তেওঁৰ ভজনবােৰ কোন ভাষাত লিখিছিল?

#7. পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয়?

#8. তলৰ কোনবিধ নাৱৰ নাম নহয়?

#9. বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়?

#10. গাৰাদি কোনটো কেন্দ্ৰীয় শাসিত অঞ্চলৰ নৃত্য?

#11. সাধাৰণতে প্রধানমন্ত্রীজন হ’ল __ ।

#12. কোনখন দেশক “বজ্ৰপাতৰ দেশ” বুলি কোৱা হয়?

#13. কলমাক্সে লিখা গ্রন্থখনৰ নাম কি?

#14. ভেটিকান চিটি কোনখন দেশত অৱস্থিত?

#15. অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চিত্রপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল _ ।

অসমীয়া কুইজ 2023

#16. মগজুৰ কোন ঠাইত বুদ্ধিমত্তা, স্মৃতি আৰু অনুভূতি থাকে?

#17. ৰামচৰিত মানসখন কোনে লিখিছিল?

#18. গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি?

#19. দূৰত্বৰ এছ আই (SI) একক কি?

#20. কোষৰ আৱিস্কাৰক কোন?

Leave a Comment