TOP 30 MOCK TEST IN ASSAMESE – ASSAMESE GK MOCK TEST 2023

TOP 30 MOCK TEST IN ASSAMESE – ASSAMESE GK MOCK TEST 2023

আমি আজিৰ এই TOP 30 MOCK TEST IN ASSAMESE পোষ্টটিত পুনৰ আপোনালোকৰ বাবে ৩০ টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সংগ্ৰহ কৰিছোঁ। আমি ভাবোঁ এই ৩০ টা প্ৰশ্নোত্তৰে আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব

অসমীয়া সাধাৰণ জ্ঞান – অসমীয়া কুইজ

বিষয়েক কৈ এই প্ৰশ্নোত্তৰ TOP 30 MOCK TEST IN ASSAMESE কেইটা অসম পুলিছৰ লিখিতৰ পৰীক্ষাৰ লগতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। এই ক্ষেত্ৰত আমি আপোনালোকক আপোনালোকৰ নিজৰ ফলাফল বৃদ্ধি কৰিবলৈ এদিনত কমেও এবাৰ হ’লেও আমাৰ এই ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ

MOCK TEST IN ASSAMESE – ASSAMESE GK MOCK TEST 2022

1➤ কাক অসমৰ লোক নায়ক বুলি কোৱা হয়?

2➤ কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল?

3➤ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোন খন ৰাজ্যত অৱস্থিত?

4➤ “পাটনা বিহাৰ পক্ষী অভয়াৰণ্য” ভাৰতৰ কোন অংশত অৱস্থিত?

5➤ ৰাইডাৰ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত?

6➤ কোনখন ৰাজ্যত “ফতেহ সাগৰ হ্ৰদ” অৱস্থিত?

7➤ কাৰ্বন ধাতু নে অধাতু?

8➤ আঙুৰত কি এচিড থাকে?

9➤ জ্যামিতিৰ পিতৃ কোন?

10➤ নিম্নলিখিত কোনটোৰ ফলত হেপাটাইটিছ হয়?

11➤ সূৰ্যগ্ৰহণ কেতিয়া হয়?

12➤ ১২৩ চুক্তিৰ প্ৰৱৰ্তক কোনখন দেশ?

13➤ ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে?

14➤ CBI য়ে কোন মন্ত্ৰালয়ৰ অধীনত কাম কৰে?

15➤ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো?

16➤ পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা কোন?

17➤ পদাৰ্থবোৰক মিশ্ৰণ এটাৰ পৰা পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়?

18➤ ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান জন সদস্য নিৰ্বাচিত হয়?

19➤ অসমৰ পৰা ১৯৫২ চনৰ প্ৰথম ৰাজ্যসভা অধিৱেশনৰ বাবে কিমান জন সদস্য নিৰ্বাচিত হৈছিল?

20➤ অসমৰ ক্ষুদ্ৰতম জিলা খনৰ নাম কি?

21➤ ব’হাগ বিহুৰ মুখ্য আকৰ্ষণ কি?

22➤ AASU ৰ সম্পূৰ্ণ নাম কি?

23➤ শক্তিৰ SI একক কি?

24➤ সকলো শক্তিৰ উৎস কি?

25➤ এম্পিয়াৰ কি?

26➤ এটা বগা অলোক ৰশ্মিক প্ৰিজমৰ মাজেৰে বিশ্লিষ্ট কৰিলে কেইটা ৰং দেখা যায়?

27➤ এক কিলোমিটাৰত কিমান মাইল?

28➤ ৰেক্টৰ স্কেল কি?

29➤ কি এককৰ দ্বাৰা জলযানৰ গতি নিৰুপণ কৰা হয়?

30➤ নিম্নলিখিত কোনখন ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আছিল?

Leave a Comment