TOP 30 MOCK TEST IN ASSAMESE – ASSAMESE GK MOCK TEST 2023
আমি আজিৰ এই TOP 30 MOCK TEST IN ASSAMESE পোষ্টটিত পুনৰ আপোনালোকৰ বাবে ৩০ টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সংগ্ৰহ কৰিছোঁ। আমি ভাবোঁ এই ৩০ টা প্ৰশ্নোত্তৰে আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব ।
অসমীয়া সাধাৰণ জ্ঞান – অসমীয়া কুইজ
বিষয়েক কৈ এই প্ৰশ্নোত্তৰ TOP 30 MOCK TEST IN ASSAMESE কেইটা অসম পুলিছৰ লিখিতৰ পৰীক্ষাৰ লগতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। এই ক্ষেত্ৰত আমি আপোনালোকক আপোনালোকৰ নিজৰ ফলাফল বৃদ্ধি কৰিবলৈ এদিনত কমেও এবাৰ হ’লেও আমাৰ এই ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ।
MOCK TEST IN ASSAMESE – ASSAMESE GK MOCK TEST 2022
1➤ কাক অসমৰ লোক নায়ক বুলি কোৱা হয়?
বিষ্ণু প্ৰসাদ ৰভা অমিয় কুমাৰ দাস হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী
2➤ কোন চনত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল?
১৯০১ চনত ১৯১২ চনত ১৯৩৫ চনত ১৯৪৫ চনত
3➤ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোন খন ৰাজ্যত অৱস্থিত?
মহাৰাষ্ট্ৰ অসম পশ্চিম বংগ মণিপুৰ
4➤ “পাটনা বিহাৰ পক্ষী অভয়াৰণ্য” ভাৰতৰ কোন অংশত অৱস্থিত?
বিহাৰ ঝাৰখণ্ড উত্তৰ প্ৰদেশ উৰিষ্যা
5➤ ৰাইডাৰ কাপ কোনটো ক্ৰীড়াৰ সৈতে সম্পৰ্কিত?
ক্ৰিকেট গল্ফ হকী ফুটবল
6➤ কোনখন ৰাজ্যত “ফতেহ সাগৰ হ্ৰদ” অৱস্থিত?
ৰাজস্থান হাৰিয়ানা গুজৰাট পশ্চিম বংগ
7➤ কাৰ্বন ধাতু নে অধাতু?
ধাতু অধাতু দুয়োটা হয় দু্য়োটা নহয়
8➤ আঙুৰত কি এচিড থাকে?
হাইড্ৰক্ল’ৰিক এচিড লেক্টিক এচিড চাইট্ৰিক এচিড এলজিনিক এচিড
9➤ জ্যামিতিৰ পিতৃ কোন?
এৰিষ্টটল ইউক্লিড পাইথাগোৰাচ হোমি
10➤ নিম্নলিখিত কোনটোৰ ফলত হেপাটাইটিছ হয়?
বেক্টেৰিয়া পৰজীৱী এচিড ভাইৰাছ
11➤ সূৰ্যগ্ৰহণ কেতিয়া হয়?
যেতিয়া সূৰ্য পৃথিৱী আৰু চন্দ্ৰৰ মাজত থাকে যেতিয়া পৃথিৱী আৰু চন্দ্ৰৰ মাজত সূৰ্য আহে যেতিয়া পৃথিৱী আৰু সূৰ্যৰ মাজত চন্দ্ৰ আহে যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ মাজত থাকে
12➤ ১২৩ চুক্তিৰ প্ৰৱৰ্তক কোনখন দেশ?
চীন ৰুছ ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰ
13➤ ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে?
১০ টা ১১ টা ১২ টা ১৪ টা
14➤ CBI য়ে কোন মন্ত্ৰালয়ৰ অধীনত কাম কৰে?
গৃহ মন্ত্ৰালয় প্ৰতিৰক্ষা মন্ত্ৰালয় সীমাৰক্ষা মন্ত্ৰালয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
15➤ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো?
লক্ষদ্বীপ পুডুচেৰী আন্দামান আৰু নিকোবৰ দিল্লী
16➤ পদ্মশ্ৰী বঁটা লাভ কৰা অসমৰ প্ৰথম গৰাকী মহিলা কোন?
মালতী বৰুৱা অমলপ্ৰভা দাস নিমলপ্ৰভা বৰদলৈ নলিনীবালা দেৱী
17➤ পদাৰ্থবোৰক মিশ্ৰণ এটাৰ পৰা পৃথক কৰিবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হয়?
একত্ৰিকৰন ৰেচিং ফৰ্জিং বেৰমিটাৰ ক্ৰমেটোগ্ৰাফী
18➤ ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান জন সদস্য নিৰ্বাচিত হয়?
৫ জন ৭ জন ৯ জন ১২ জন
19➤ অসমৰ পৰা ১৯৫২ চনৰ প্ৰথম ৰাজ্যসভা অধিৱেশনৰ বাবে কিমান জন সদস্য নিৰ্বাচিত হৈছিল?
১ জন ২ জন ৪ জন ৫ জন
20➤ অসমৰ ক্ষুদ্ৰতম জিলা খনৰ নাম কি?
মাজুলী বাক্সা দক্ষিণ শালমাৰা তামোলপুৰ
21➤ ব’হাগ বিহুৰ মুখ্য আকৰ্ষণ কি?
মেখেলা চাদৰ পেপাৰ ধ্বনি বাঁহীৰ ধ্বনি বিহু নৃত্য
22➤ AASU ৰ সম্পূৰ্ণ নাম কি?
All Assamese Students’ Union Ami Axomiya Students’ Union Assam Assamese Students’ Union All Assam Students’ Union
23➤ শক্তিৰ SI একক কি?
আৰ্গ জুল নিউটন দূৰত্ব
24➤ সকলো শক্তিৰ উৎস কি?
সূৰ্য বতাহ পানী গেছ
25➤ এম্পিয়াৰ কি?
বিদ্যুৎ প্ৰবাহৰ একক পানীৰ একক উষ্ণতাৰ একক বায়ু চাপৰ একক
26➤ এটা বগা অলোক ৰশ্মিক প্ৰিজমৰ মাজেৰে বিশ্লিষ্ট কৰিলে কেইটা ৰং দেখা যায়?
পাঁচটা ছয়টা সাতটা আঠটা
27➤ এক কিলোমিটাৰত কিমান মাইল?
১ মাইল ১.৫ মাইল ১.৬ মাইল ০.৬২১ মাইল
28➤ ৰেক্টৰ স্কেল কি?
ধুমুহাৰ প্ৰাবল্য মাপক ভূমিকম্পৰ প্ৰাবল্য মাপক বানপানীৰ প্ৰাবল্য মাপক বায়ুৰ প্ৰাবল্য মাপক
29➤ কি এককৰ দ্বাৰা জলযানৰ গতি নিৰুপণ কৰা হয়?
কিলোমিটাৰ প্ৰতি ঘণ্টা মাইল প্ৰতি ঘণ্টা মিটাৰ প্ৰতি ঘণ্টা নটিকেল মাইল
30➤ নিম্নলিখিত কোনখন ৰাজ্য বুদ্ধৰ জীৱনৰ সৈতে সম্পৰ্কিত আছিল?
অৱন্তী মগধ গান্ধৰ বাৰাণসী