ASSAMESE QUIZ QUESTIONS AND ANSWERS – অসমীয়া কুইজ

ASSAMESE QUIZ QUESTIONS AND ANSWERS – অসমীয়া কুইজ

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “Assamese Quiz Questions and Answers – অসমীয়া কুইজ” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমৰ সাধাৰণ জ্ঞান MCQ ৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে।

ফেচবুক ইয়াত ক্লিক কৰক
টেলিগ্ৰাম ইয়াত ক্লিক কৰক
ইনষ্টাগ্ৰাম ইয়াত ক্লিক কৰক

ASSAMESE QUIZ 2021 ASSAMESE LANGUAGE – অসমৰ অসমীয়া কুইজ

1➤ অসমৰ মুঠ জিলাৰ সংখ্যা কিমান?

2➤ আকবৰৰ আত্মজীৱনী খন কোনে লিখিছিল?

3➤ আন্তৰ্জাতিক যুৱ দিৱস কোন তাৰিখে পালন কৰা হয়?

4➤ অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

5➤ কোনটো ভিটামিনৰ অভাৱৰ ফলত স্কার্ভি ৰোগ হয়?

6➤ নীতি আয়োগৰ অধ্যক্ষ কোন?

7➤ চুলতান আজলান শ্বাহ কাপ কোনবিধ খেলৰ সৈতে জড়িত?

8➤ কোন চনত কনৌজৰ যুদ্ধ সংঘটিত হৈছিল?

9➤ পুলিচ কোন তালিকাত আহে?

10➤ জয়দল কোনে নিৰ্মাণ কৰিছিল?

11➤ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল?

12➤ কোচ ৰাজবংশৰ প্ৰতিষ্ঠাক কোন আছিল?

13➤ কাছাৰৰ প্ৰাচীন নাম কি আছিল?

14➤ লোকসভাত সৰ্বাধিক সদস্যৰ সংখ্যা কিমান?

15➤ অশোক কোন ৰাজবংশৰ ৰজা আছিল?

16➤ সলাষ্টম্বা ৰাজবংশৰ সময়ত কোনটো প্ৰসিদ্ধ মন্দিৰ নিৰ্মাণ কৰা হৈছিল?

17➤ ৰাজ্যসভাৰ সদস্যসকলক কোনে নিৰ্বাচিত কৰে?

18➤ উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি বাগিচা বুলি কোনখন ৰাজ্যক কোৱা হয়?

19➤ ভাৰতীয় অৰ্থনীতি কি?

20➤ ভাৰতৰ সেউজ বিপ্লৱৰ জনক কোন?

 

Leave a Comment