ASSAMESE GK QUESTION AND ANSWER

ASSAMESE GK QUESTION AND ANSWER

নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ “ASSAMESE GK QUESTION AND ANSWER” ৰ এই তথ্যৰাজিত UPSC, APSC, SSC, Assam Police, TET আদি সকলোধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে অসমীয়া কুইজৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ আগবঢ়োৱা হৈছে। আশা কৰোঁ আমাৰ এই প্ৰশ্নোত্তৰ পৰা আপোনালোকে অলপ হ’লেও উপকৃত হ’ব।

3 FEBRUARY 2023 CURRENT AFFAIRS IN ASSAMESE LANGUAGE

1➤ FIR ৰে সূচায় __ ।

2➤ বিশেষ শাখা বা অনুসন্ধানমূলক শাখাক জনপ্রিয়ভাৱে __ বুলি জনা যায়।

3➤ প্রথম আৰক্ষী উপমহাপৰিদৰ্শক কোন আছিল?

4➤ ভাল চকুৰ বাবে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব _ ।

5➤ ভল্টমিটাৰে কি জোখে?

6➤ শব্দ তৰংগবোৰ __ ।

7➤ কার্বনৰ বিশুদ্ধ ৰূপটো হৈছে __ ।

8➤ LPG…….. ৰখা হয়।

9➤ তলৰ কোনটো সবাতােকৈ পাতল ধাতু?

10➤ ভাৰতীয় প্ৰতিৰক্ষাৰ প্রসংগত, “ধ্রুৱ” কি?

11➤ কোন চনত প্ৰথমে অসমীয়া আলোচনী ‘জোনাকী’ প্ৰকাশিত হৈছিল?

12➤ অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো __ ত অনুমোদিত হৈছিল।

13➤ অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় “অসম মহিলা বিশ্ববিদ্যালয়” __ ত অৱস্থিত।

14➤ কোন জন গায়কক “বিহুৰ ৰজা” বুলিও জনা যায়?

15➤ কোনখন আছিল আহোম ৰাজ্যৰ অন্তিম ৰাজধানী?

16➤ হাজোৰ হায়াগ্ৰীৱ মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত?

17➤ দুৰ্জয়া (বৰ্তমানৰ উত্তৰ গুৱাহাটী) __ ৰ ৰাজধানী আছিল।

18➤ দক্ষিণ-পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল?

19➤ “প্ৰান্তিক” আলোচনীখনৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল?

20➤ অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো?

21➤ ১১৮৭ খ্ৰীষ্টাব্দত __ চুতীয়া ৰাজ্য স্থাপন কৰিছিল।

22➤ কোনখন ৰাজ্যৰ ধ্বংসাৱশেষ এতিয়াও মেঘালয়ত দেখা যায়?

23➤ __ ক ডিমাচা বুলিও জনা যায়।

24➤ বিদেশী আক্ৰমণকাৰী বিৰূদ্ধে সংঘটিত যুদ্ধত ৰজাক সহায় কৰা সামৰিক নেতা বা শাসনকৰ্তাসকলক __ বুলি কোৱা হৈছিল।

25➤ তলৰ কোনটো অসমৰ প্ৰাকৃতিক বিভাগ নহয়?

26➤ তলত দিয়া কোনখন ব্ৰহ্মপুত্ৰৰ উপনৈ নহয়?

27➤ আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল?

28➤ অসমত ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?

29➤ অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল ?

30➤ গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?

Leave a Comment