ASSAM GK IN ASSAMESE LANGUAGE 2023

ASSAM GK IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন:১ কোণাৰ্কৰ বিখ্যাত সূৰ্য মন্দিৰ কাৰ দ্বাৰা নিৰ্মিত হৈছিল?
(a) প্ৰথম নৰসিংহ
(b) ভগদুত
(c) বলি নাৰায়ন
(d) নৰনাৰায়ণ

উত্তৰ:(a) প্ৰথম নৰসিংহ

INDIAN GK IN ASSAMESE LANGUAGE

প্ৰশ্ন:২ গিৰনাৰ পাহাৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?
(a) মধ্য প্ৰদেশ
(b) গুজৰাট
(c) কৰ্ণাটক
(d) মণিপুৰ

উত্তৰ: (b) গুজৰাট

ASSAM GK IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন:৩ সংবিধানে কিমানটা ভাষাক স্বীকৃতি দিছে?
(a) ১৮ টা
(b) ২১ টা
(c) ২২ টা
(d) ২৫ টা

উত্তৰ:(c) ২২ টা

প্ৰশ্ন:৪ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাইচৰয় কোন আছিল?
(a) লৰ্ড কাৰ্জনৰ
(b)লৰ্ড লিন লিথগ
(c) লৰ্ড ৱেলিংটনে
(d) লৰ্ড কেনিং

উত্তৰ:(b)লৰ্ড লিন লিথগ

প্ৰশ্ন:৫‘কেশৰী’ বাতৰি কাকতৰ সম্পাদক কোন আছিল?
(a) কালিদাস
(b)বাল গংগাধৰ তিলক
(c) বৰাহ মিহিৰ
(d) ৰাজা ৰামমোহন ৰায়ে

উত্তৰ:(b)বাল গংগাধৰ তিলক

Read more about Indian Gk in Assamese language

প্ৰশ্ন:৬ ‘ইষ্ট ইণ্ডিয়া এছ’চিয়েচন’ ক’ত স্থাপন কৰা হৈছিল?
(a) চীন
(b) আমেৰিকা
(c) জাপান
(d)লণ্ডনত

উত্তৰ:(d)লণ্ডনত

প্ৰশ্ন:৭ আকবৰে প্ৰথমে দক্ষিণ ভাৰতৰ কোনখন ঠাই আক্ৰমণ কৰিছিল?
(a)আহমেদ নগৰ
(b) গান্ধী নগৰ
(c) ছিটা নগৰ
(d) বাদৰি নগৰ

উত্তৰ:(a)আহমেদ নগৰ

ASSAM GK IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন:৮ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদ উচ্চতম ন্যায়ালয় আৰু সংবিধান স্থাপনৰ বিষয়ে সম্পৰ্কিত? Assam Gk in Assamese language 2021
(a)অনুচ্ছেদ ১৫৬
(b)অনুচ্ছেদ ১৪২
(c)অনুচ্ছেদ ১৩৫
(d)অনুচ্ছেদ ১২৪

উত্তৰ:(d)অনুচ্ছেদ ১২৪

প্ৰশ্ন:৯ মহাত্মা গান্ধীয়ে ক’ত️ ‘সাবৰমতী আশ্ৰম’ প্ৰতিষ্ঠা কৰিছিল?
(a)আহমেদাবাদ
(b) বদৰিকাসম
(c) বেলগুৰিত
(d) বাইহাট

উত্তৰ:(a)আহমেদাবাদ

প্ৰশ্ন:১০ কোন ভাইচৰয়ৰ কাৰ্যকালত ‘চিমলা কনফাৰেন্স’ অনুষ্ঠিত হৈছিল?
(a) লৰ্ড কাৰ্জনক
(b) লৰ্ড ৱেলিংটনে
(c) লৰ্ড ৱেইবেল
(d) লৰ্ড ডেলহাউচি

উত্তৰ: (c) লৰ্ড ৱেইবেল

প্ৰশ্ন:১১ কোন তাৰিখত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়?
(a) মাৰ্চ ২৮
(b) অক্টোবৰ ২৪
(c) আগষ্ট ৩
(d) ছেপ্টেম্বৰ ১২

উত্তৰ:(b) অক্টোবৰ ২৪

Read more about Assam

প্ৰশ্ন:১২ ৰাষ্ট্ৰসংঘত হিন্দীত ভাষণ দিয়া প্ৰথম ব্যক্তি কোন?
(a) মোৰাৰজী দেশাই
(b) অটল বিহাৰী বাজপেয়ী
(c) জৱাহৰলাল নেহৰুৰ
(d) ৰাজেন্দ্ৰ প্ৰসাদ

উত্তৰ:(b) অটল বিহাৰী বাজপেয়ী

ASSAM GK IN ASSAMESE LANGUAGE 2023

প্ৰশ্ন:১৩ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ সংখ্যা কিমান?
(a) ১৯৩ খন
(b) ১৯৬ খন
(c) ১৮৮ খন
(d) ১৯৮ খন

উত্তৰ:(a) ১৯৩ খন

প্ৰশ্ন:১৪ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত আছে?
(a) দিল্লী
(b) মুম্বাই
(c) নিউয়ৰ্ক
(d) বেংগলৰ

উত্তৰ:(c) নিউয়ৰ্ক

প্ৰশ্ন:১৫ কোন চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হৈছিল?
(a)১৯৪৫ চনত
(b) ১৯৫২ চনত
(c) ১৯৬৫ চনত
(d) ১৯৪৮ চনত

উত্তৰ:(a) ১৯৪৫

Leave a Comment