ভাৰতৰ সাধাৰণ জ্ঞান MCQ

ভাৰতৰ সাধাৰণ জ্ঞান MCQ

তলৰ কুইজসমূহ অসম তথা ভাৰতৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অহা ভাৰতৰ সাধাৰণ জ্ঞান MCQ উপৰিও এই কুইজসমূহে আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। যদি আপুনি কুইজসমূহৰ প্ৰশ্নোত্তৰ ভূল দেখে তেনেহ’লে আমাক কমেণ্ট বাকচৰ যোগেদি জনাবলৈ নাপাহৰিব। আমাৰ কুইজসমূহ যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও ইয়াৰ দ্বাৰা উপকৃত হয়। আপোনালোকৰ সঁহাৰিৰ বাবে আমি সাগ্ৰহে অপেক্ষা কৰিম।

IMPORTANT CURRENT AFFAIRS IN ASSAMESE LANGUAGE

ভাৰতৰ প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন?

 
 
 
 

স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল?

 
 
 
 

ভাৰতৰ প্ৰথম যুদ্ধ জাহাজখনৰ নাম কি?

 
 
 
 

স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

 
 
 
 

কোন গৰাকী ভাৰতীয় খেলুৱৈয়ে অলিম্পিকত প্ৰথম ব্যক্তিগত
পদক জয় কৰিছিল?

 
 
 
 

প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰা ব্যক্তি __ ।

 
 
 
 

ভাৰতৰ প্ৰথম মুকলি বিশ্ববিদ্যালয়খনৰ নাম কি?

 
 
 
 

প্ৰথম অসমৰ অৰ্জুন বঁটা লাভ কৰা খেলুৱৈ গৰাকীৰ নাম কি?

 
 
 
 
ভাৰতৰ সাধাৰণ জ্ঞান MCQ

ভাৰতৰ প্ৰথম মহাকাশচাৰীজনৰ নাম কি?

 
 
 
 

স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

 
 
 
 

ভাৰতৰ প্ৰথম আই. চি. এছ. বিষয়া গৰাকী কোন আছিল?

 
 
 
 

এছিয়ান গেমছৰ জিমনাষ্টিক শাখাত পদক লাভ কৰা প্ৰথম ভাৰতীয় পুৰুষ খেলুৱৈজনৰ নাম কি?

 
 
 
 
ভাৰতৰ সাধাৰণ জ্ঞান MCQ

হিন্দীলৈ অনুবাদ কৰা প্ৰথম হলিউড চলচিত্ৰখনৰ নাম কি?

 
 
 
 

অলিম্পিক গেমছৰ মহিলা বেডমিণ্টন শাখাত পদক লাভ কৰা প্ৰথম খেলুৱৈ গৰাকী কোন?

 
 
 
 

ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক’ত গঢ়ি উঠিছিল?

 
 
 
 

ভাৰতৰ প্ৰথম মহাবিদ্যালয়খনৰ নাম কি?

 
 
 
 

ভাৰতৰ প্ৰথম পৰমাণু কেন্দ্ৰ ক’ত গঢ়ি উঠিছিল?

 
 
 
 
ভাৰতৰ সাধাৰণ জ্ঞান MCQ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট ক্ৰিকেটৰ অধিনায়ক কোন আছিল?

 
 
 
 

ভাৰতৰ কোন গৰাকী ব্যক্তিয়ে প্ৰথম নোবেল বঁটা লাভ কৰিছিল?

 
 
 
 

ভাৰতৰ প্ৰথম মেডিকেল কলেজ ক’ত স্হাপন কৰা হৈছিল?

 
 
 
 

ভাৰতৰ প্ৰথম ৰাজ্য সভাৰ অধ্যক্ষ কোন আছিল?

 
 
 
 

Leave a Comment